Ad

Ad Space

Slider

মে দাম্‌ মে ফী বিধি

0
মে দাম্‌ মে ফী বিধি



মে দাম্‌ মে ফী পাতিবৰ বাবে থিক কৰা ঠাই দোখৰ ভালদৰে চফা কৰি লব লাগে। পূর্বফালে মত মে দাম্ মে ফীৰ মেহেঙা বোৰ পাতিব তাৰ ওপৰত বাঁহৰ খুটি পুতি তাৰ ওপৰত কলপাত পেলাই লব। উত্তৰ ফালৰ পৰা দক্ষিণ ফাললৈ অন্ধ চন্দ্ৰ আকাৰত মেহেঙা প্রতিস্থা কৰিবৰ বাবে অলপ ওখ কৰি ভেটি কৰি লব। ৬ খন ফুন্ সাজিব। ১ খন অলপ ডাঙৰ কৰি সাজিব। কলপাত ৩০ জোৰ অলপ ডাঙৰ কৰি কেন্ কৰি লব। তামোল-পান দিবৰ বাবেও সৰু কেন্‌ পাত কাটি লব। প্ৰতিখন তামোলৰ লগত “ব্লক্ ছিঙ ফা” দিব। লাও দিবৰ কাৰণে কল পতুৱাৰ থূলা সাজি লব। তা কাক্‌ ৯ ডাল বনাব। নল বা সৰু আগ বাঁহৰ চুঙা ৯ টা কাটি লব। গোটা তামোল পান কেন কৰা পাতত বান্ধি লব। ভাল লাহি চাউল ১ কিলো মান ধুই লব। তাত মিঠাতেল, আদা আৰু নিমখ খানি লব। ৰহি লাও দিবৰ বাবে ৯ টা বাঁহৰ চুঙা কাটি লব। এখন নতুন কাপোৰেৰে ফুলবোৰ পতাৰ ফালে আঁৰ দিলবা। কণীবোৰ ধুই লব। সকলো বস্তু যোগোতাই লোৱা হ'লে ঠাই দোখৰ পৰিস্কাৰ কৰি লব। নাম জাৰেও জাবে তামৰ ঘটি ১ টা আৰু ক্ৰিয়া পুলকৰ বাবে ১ টা চৰুত পঞ্চামৃত ল’ব চাকি ৯ খন ঠিক কৰি লব।


    ম’লুঙৰ আসন গ্রহণ ঃ ৩ জন ম’লুঙ ঢৰা পাৰি বহি লব। আগত নাম্ পুলক আৰু ঞিয়া পুলকৰ পাত্ৰ কিটা লব। তাত ব্লক ছিঙ ফা লব। নাম্ পুলকৰ পাত্ৰত সোন-ৰূপ দি লব। ১ খন চাকি আগত জ্বলাই লৈ স্তুতি কৰিব।

চাও নুৰু-চাও কা ঐ (৩ বাৰ)
 চাও ফুৰা আ লঙ্,
 চাও তেৰা আ লঙ, 
চাও চি কি আ লঙ,
 মুন লুঙ, ফু ৰা ক্বলে বা নী পান্।
 আই কে খেন, আইকে খাম, 
আই চাঙ ছিঙ বয় মৌ চাও কা ঐ।।
 চাম্ ম’ মুঙ বাই জিম্‌ কন্, মছাম, ম'ছাই-ম’ প্লঙ। 
তাই লাঙ্-বাক্ লাঙ, কফীক্ব ছাঙ, ক বাক্ মাই। 
খুপ্তাঙ বয়মৌ চাও, খুপ, তাঙ মৌ ফী।।

           ম’লুঙ বৰণ : মে দাম্ মে ফী সুকলমে সমাধা কৰিবৰ ভাবে সাধ্যানুসাৰে অৰিহনা আৰু সাজ-পোছাকৰ সৈতে শৰাই দি উদ্‌যাপন সমিতি সভাপতি-সম্পাদক আৰু কৰ্ম-কৰ্ত্তা বহি নমস্কাৰ জনাব। ম’ লুঙে তেও জু কৰিব।

            তেও জু ঃ-  চাও ফু ৰা, চাও তেৰা, ফু ৰা-তেৰা আ লঙ, চি কি আ ৰাণী পান্ বয় মৌ চাও কা ঐ।। কোন্ ফু বাও তাঙ লাই ক্ব মা মু-বৌ প্লু আই অন্‌ না, বাই অন্ না, ঞিঙ ছেও বা নন্ না মা খুপ্ মা বয়। বান্ নাই ম্যুঙ বান (ঠাইৰ নাম কব) ক্ব  মে ডাম্ মে ফী বান্ ফী ক্ব ঋক খন্ হেও হিত্ দি হিত্ খেন্ তি বান্-তি হক-তি তাঙ মৌ চয় কুম্ চাঙ ছয় খেন। দিন বান্ খেন দায়, হিত্ দি হিত্ খেন, চয় কুম চয় খেন। ফুৰা
 -তে ৰা আ লঙ চি কি আ ৰাণী পান্ বয় মৌ চাও কা ঐ।। www.TaiAhom.Com

     নাম-ক্রিয়া পুলক জাৰেও : চাও কা ঐ (৩বাৰ) চাও ফুৰা আলও, চাও তেবা আলও, মুন্ হুঙ্ ফুৰা ক্বলে ৰাণী পান। চাম ম’ মুঙ বাই জিম্‌ কন্-ম'ছাম-ম’ছা-ম’প্লুঙ। অ’ ফী ঐ-ফী আ-উ ৰৌ উৰা, অ চাও ফুৰা-ন চাও ফুৰা, তেক্ পিন্‌ বা। চা থুই-ছো থুই-লা বুনী আয় তালে – বয় তা ছী। ছাঙ্ বা হেও পিন্‌ বঙ। ছাই ছেউ জু ঞেও ৰাঙ মৌ ফুৰা। হেও খত, জাক ছি খ্রিঙ, তে দে ফী ঐ ছাঙ ঐ। কাও খা আপ্ ৰাঙ বৌ মীনাম্। কাও খা আপ্ ৰাঙ, বৌ মী দায়। ম্লে ফী-ম্নে চাঙ জিম, মৌ ফী কাপ্লুলায়। ডিম লাই জিম্‌ মৌ পয় জু বান্। মু ৰান ফী ক্ব ছাঙ। ছাঙ ফা অক, পাক্‌-লাক্‌ থাক্‌ বায় জিম্‌ কন। লাক্ থাক্‌ জিম্ ছেঞ। চুক্ ছঙ বাত্‌ আপ্ কু খ। হেও মুত্‌ ক্লয় দী। জিম্ মৌ ফী কা প্লায়। চাও ৰপ্ জু তাড্ -মে তাঙ বাও চাও। চে ম্যুঙ, চে বান্ চে বি, মী ম্যুঙ, তাই, লোক, ম্যুঙ খাও, ৰম্ থুক্, ৰম লাও, চুপ্ লাও খাম। মে নাই বান দী, মে ডাম্ মে ফী বান ফী ক্ব ঋক খন হেও উম্‌ ছানা। আও তাঙ্ থঙ্ খাম্, তড্ তাম্ ব্লক ছিঙ্ ফা নাম-ঞিয়া পুলক জাৰেও জেৰা চাৰেও ছেৰা। বান নাই ৰূপি খেক্ তোলা, লা পি খেক্ তি দায়। ফী ম্যুঙ তাই, লোক ম্যুঙ খাও, খায় ছিপ, খায় ঞেও, উৎপাত, উৎখ, উৎলেঙক, জেৰাই-বেনাই, ৰা ৰা ছু চাই দায়, ৰা ৰা ছুচাই খেন। ফিত্‌ ফ্রা ছী। হি দী হিত্ খেন্, চম কুম চম খেন। বয় মৌ চাও কাঐ।। (৩বাৰ মাতিব) চাও ফুৰা, চাও তেৰা, ফুৰা তেৰা আ লঙ ছী কী আ ৰা নী পান বয় মৌ চাও কা ঐ।।


                   
           নাম্ পুলক প্রথমে চুপ্ তাওত ভৰাই ম’ লুঙ সকলে খায়, বাকী ৰাইজক নাম ঞিয়া পুলক খাবলৈ দিব। নাম্ পুলক মে দাম্ মে ফী পতা ঠাই দোখৰত চতিয়াই সকলো বস্তুলৈ চতিয়াই শুছি কৰি লব। ম’ লুঙে ফুন্ বোৰ খোৱাই সজাই যাব। 

পাঙবোৰত দিব লগা বস্তু সমূহ ঃ

১। খাও খাম: মাটিত পাত পাৰি তাঙ কাক্ এডাল, তাৰ ওপৰত গোটা তামোল-পান ১ টা, কুপ্ কৰা তামোল ২ খন। চাউল ২ ভাগ, হাঁহ কণী ২টা, ছুপ তাও ১ টা, চাকি ১ খন।

২। আই লেঙ্ দিনঃ মাটিত পাত পাৰি তাঙ্ কাক্ ১ ডাল, গোটা তামোল-পানত ৩ টা, কুপ্ কৰা তামোল ৩ খন, চাউল ৩ ভাগ, কুকুৰা  কণী ৩ টা, ৰহি লাও ৩ , ছুপ্ তাও ১ টা, চাকি ১ খন। 

৩। জান ছাই হুঙ :- ফুন্ ১ খন, তাঙ কাক্ ১. ডাল, তাত গোটা তামোল-পান ২ টা, কুপ, কৰা তামোল চখন, চাউল ২ ভাগ, কুকুৰা কণী ২ টা, ৰহি লাওৰ থুলা ২টা, ছুপ তাও ১ টা। চাকি ১ খন।

৪। ফানুৰূলেঙডন :-  পুন ১ খন, তাঙ্ কাক্ ১ ডাল, গোটা তামোল পান ৩ টা, কুপ্ কৰা তামোল ৩ খন, চাউল, ১ টা কুকুৰা কণী, ১ টা লাওৰ থুলা দিব।

৫। চিত্ লাম্‌ চাম:- ডাঙৰ ফুনখন দিব, তা কাক্ ২ ডাল, গোটা তামোল পান ৭ টা, কুপ কৰা তামোল ৭ খন, চাউ ৭ ভাগ, কুকৰা কণী ৭ টা, লাওৰ থুলা ৭ টা, ছুপ তাও ১ টা, চাকি ১ খন।

৬। মুত কুম  তাই কুমঃ- ফুন্ ১ খন, গোটা তামোল পান ২ টা, কুপ্ কৰা তামোল ২ খন, চাউল ২ ভাগ, কুকুৰা কণী ২ টা, লাওৰ থুলা ২ টা, ছুপ তাও ১ টা, চাকি ১ খন। তাঙ কাক ১ ডাল। 

৭।  জা ছিঙ ফা :- ফুন ১খন, তাঙ কাক্ ১ ডাল, গোটা তামোল পান ৩ টা, কুপ কৰা তামোল ৩ খন, চাউল ৩ ভাগ, কুকুৰা কণী ৩ টা, লাওৰ থুলা ৩ টা, ছুপ তাঙ ১ টা, চাকি ১ খন।

৮। দাম ফীঃ- ফুন ১ খন, কুপ কৰা তামোল ২ খন, লাওৰ তুলা ২ টা।

 ৯। ৰা খৃন ঃ- মাটিত পাত পাৰি তাঙকাক ১ ডাল, গোটা তামোল পান ৩ টা, কুপ্ কৰা তামোল ৩ খন, চাউল ৩ ভাগ, কুকুৰা কণী টা, লাওৰ থুলা ৩ টা, চাকি ১ খন, ছুপ তাও ১টা। 

১০। বা খৃন ঃ- মাটিত পাত পাৰি তাঙ কাক ১ ডাল, গোটা তামোল পান ২ টা, কুপ্ কৰা তামোল ২ খন, চাউল ২ ভাগ, কুকুৰা কণী ২টা, লাওৰ থুলা ২ টা, ছপ্ তাও ১ টা, চাকি ১ খন।

সকলো বস্তু পাঙত সজায়, সকলো ৰাইজক বহোৱাই লৈ আই ছিঙ্ লাওৰে প্ৰাৰ্থনা আৰম্ভ কৰিব। আগত মাইক বহুৱাই ল’ব। পূজা চলি থকা সময়ত বাহিৰত কোনো প্ৰকাৰ হাই-উৰুমি হবলৈ দিব নেলাগে। সকলো মৌন হৈ ধ্যান প্ৰাৰ্থনা আৰম্ভ কৰিব ।

আই ছি লাও ঃ- চাও কা ঐ (৩ বাৰ)
 ফা তু ছি ফ্ৰঙ হুম্, 
ফা লাই বেত্, 
ফাপিন্ বেত্, 
ফা ফুৰা, 
তেৰা আ লঙ্,
 ছী কী আ ৰা নী পান,
 বম মৌচাও কাঐ। 
পাক্‌ পেঞকা কা, 
ছন ছেও খাম্,
 দম মা লুঙ্-ম্যুঙ্ নাম্না ঐ।
 হেও পাঙ্ মুত্‌ ছী থ্রিঙ জাও ছুক্ না,
 ম’ মুন্‌ বৌ মুন্‌ ছেন্। 
জী নাঙ লো কিউ খু,
 বয় মৌ চাও খা ঐ।।
 চাও কা ঐ,
 আই কে খেন,
 আই কে খাম্,
 আই ছাত্ ছি ঐ।
 ম’ ছিট্‌ ফ্ৰা,
 ম’লাও খ্ৰী,
 পূজাক, 
জী, 
মুঙ থী,
 জা ছিঙ ফা, 
ছেঞ খাম্ কন্ তুন্ মান্,
 ম’ ৰূম' ছিঙ্ কন্ তুন্ মান, 
চাম ম’ মুন্ বায় জিম, কন,
 কন, তুন, মান, ম’ ছাম-ম’ ছাই ম প্রঙ কন্ তুন্ মান্,
 থুক তাত্‌ লাই, বয় মৌ চাও কা ঐ।।
                         চাও ফুৰা-চাও তেৰা, ফুৰা-তেৰা- আ লঙ্-ছী কী আ ৰানী পান, বয় মৌ চাও কা ঐ।। 

               পূজাৰ মন্ত্ৰ :- ৰৃক্ তাঙ: (প্রথমে ফা নূরূ লেঙ্ দনক মাতিব)

(৪) আন্ নাঙ চাও নূৰ চাও কা ঐ (৩ বাৰ) চাও ফা পেত্ খান্ খাম, বঙ্ খান্ খাম্। তু ম্যুঙ্ তু তে লোক্‌ ৰে ফা ছাঙ ডাম্। ছাঙ চাও জা নাঙ্ জা নাঙ্ ম্যুঙ, কেপ্ ছঙ্ বুন্। ছঙ্ চাও জা নাঙ্- জা নাঙ্ ম্যুঙ্ কেপ্ ছঙ খাম্। পী পাই নাঙ্ লাই দায়, খুন খায় নাঙ লাই চম্। হিত্ দী খেন, চয় কুম্ চয় খেন। বয়মৌ চাও কা ঐ।।

(১) খাও খাম ঃ- চাও নূৰ চাও কা ঐ, পূ খাত্ চয় কুম্, জা খাও খাম্‌ চয় খেন, পূ দাঙ ৰী-জা দাউ ৰী, পু তাই কুম, জা তাই ত্ব, মন ছিঙ মা নাম্,খে খঙ। পান লাই ৰম্ । নাম্ লা লা, চিত চান, ক খে লান্। হিত্ দী হিত্ খেন, বয় মৌ চাও কা ঐ।।

 (২) আই লেঙ দিন ঃ চাও নূৰূ চাও কা ঐ, আই লেঙ দিন্ ফূ খু, বাও লেঙ, দিন ফু ঞেৰ, ম’ মুন্‌- চাম্ ম্লন্ ছেঙ্ ফা, চিত্ চান্ -লান্ ম্যুঙ্ তেও। ছী ম্যুঙ, কাউ ম্যুঙ তেও। ম্যুঙ তাম্,  ম্যুঙ ফী, তী চিত্ চান। হিত্ খেন্ বয় মৌ চাও কা ঐ।।

(৩) জান ছায় হুঙঃ চাও নূ ৰূ-চাও কা ঐ, চাও ফা জান চাই হুঙ্, ঙী খাম্ ফা লান্ চাঙ্, খাম মৌ লেঙদান্ তেক্ পিন্‌ চাও, ঙাত খাম্ লেঙ দন্ তেকপিন্ খুন্। বিত্‌ লাঙ ছঙ্ কিন্ তাই, লাক, নাঙ্ ছঙ্ কিন্ খাম। ছু ছ দঙ্-ছাম দঙ্ ৰুম্ কিন্‌ লাও, ছু ছ দ ছাম দঙ্ নাও কিউ ফ্র। হিত্ দী হিত্ খেন বয় মৌ চাও খা ঐ।।

(৫) চিত্ লাম্‌ চামঃ-চাও নূরূ চাও খা ঐ, চাও ফা আই ফা লন্, চাও ফা ঞেত চাই লুম্, চাও ফা বাও হ’খে, চাও ফা বাও প্লুঙ, ম্যুঙ, চাও  ফা বৃণ, কন্ ম্যুঙ, চাও ফা বাও তেঙ চা, চাও ফা বৌ লোক ফা, তাঙ লাই খা ঐ।। হিত্ দী-হিত্ খেন্। বয় মৌ চাও কা ঐ ।। 

(৬) মী মুত্‌ কুম্- তাই কুম্‌ :- চাও নূ ৰূ চাও কা ঐ, ফী মুত্‌ কুম্-তাই কুম্, ছেঙ্ হুঙ্-ছেঙ বান্, কে খাও জাও লু খাম্। হিত্ দী হিত্ খেন। বয় মৌ চাও কা ঐ।।

(৭) জা ছিফা : চাও নূ ৰূ ছাও কা ঐ, চাও ম’ লিক্‌ ম’ লাই, তুন্ ৰূ ম্যুঙ লেন্ খাম্ চাও ”ঞেও, চাও ফাক ক্ক ৰূ লাই, চাও ফা খাম্ ছিঙ্ ম্যুঙ, চাও ফা পেঞ ছিঙ্ ম্যুঙ, ছা চী পুক্‌ ম’ ৰূ, ছাম্ চী পুক, ম’ ছিঙ্, লাই ছিঙ ম্যুঙ, তু চাও, লাই ছিঙ্ ম্যুঙ্, তৃ খন্। ঞেক ব ছেঙ্ তাম লা, চাও ক্ক  ছ নিক্‌ ৰূ, ফু ক্ব ছ নিক্ খাম্। আই কে খেন্, আই কে খাম্‌, আই ছাত্ ছিঙ্। ম’ ছিঙ্ ফ্রা, ম’লাও খ্ৰী, পূ জাক্‌ জী, ম্যুঙ টী, জা ছিঙ ফা ছেঞ খাম্। হিত্ দী হিত্ খেন্ বয়মৌ চাও কা ঐ।

(৮) দামফী ঃ- (ঘাই দাম হিচাবে চু কা ফাৰ নামত দিব। ফুনৰ তলত ১ ভাগ দিব। ছাঙ নাই চাও নূ ৰূ চাও কা ঐ, নুক্ তু ৰাঙ দাম্ তী ৰৌন, দাম্ নক্‌ খক্ ছ তাই পিন্‌ দাম, ছিপ্ মৌ পয় পিন্ দাম, ছাও মৌ পয় পিন্ ফী। চাও তুঙ দাম মৌ ছয় কুম্, ঙী তু দাম মৌ ছয় খেন। চুঙ মৌ চাও, চুঙ মৌ ফী, বয় মৌ চাও কা ঐ।
 (৯) ৰাখৃনঃ
         বাখৃন ঃ চাও নূ ৰূ চাও কা ঐ, খুন ছ ফা, খৃন ছ খৃন চীলিক্‌-ছীলাই, খৃন হেও হান্। খৃন, আই লাঙ্, খৃন হী লাঙ্। বয় মৌ চাও কা ঐ।। 
         আও তাঙ : (পাঙবোৰত দিয়া বস্তুবোৰৰ নাম মাতি দেৱতাক আহ্বান কৰা)।

খাও খাম ঃ   চাও নূ ৰূ চাও কা ঐ (৩ বাৰ) আও তাঙ  নাঙ না পাঙ্, খাঙ্ না জাঙ্ । তঙ্‌ মৌ কুপ্ তঙ  বুন্, তঙমৌ কুপ্ তঙ ফা। আও তাঙ ব্লক জ ঙ, মা মূ কুপ্ কৌপ্পু। আও তাঙ  খাও ছান দী ছ’প’, খআও ছান্ দী লা লুঙ্। আও তাঙ পিত্ খাই দী হম্‌ ৰাও পিত খাই দী হম খেন। থ্রি তুক্‌-নূ ক্লু  তুক- নাম্ মান্ তুক্ তেও। হম্ ৰী ৰী হম্ খেন্। ছুবম মৌ কি'ন তাঙ বয় মৌ চাও কা ঐ।।

চাও নূ ৰূ চাও কা ঐ, আও তাত্‌ নাঙ্ না পাঙ্, খাঙ্ না জাঙ্। নাঙ্ না ফাঙ, খাঙ না ফুন্। তঙ্ মৌ কুপ্ তঙ  বুন্, তঙ মৌ কুপ্ তঙ ফা। ব্লক ছিঙ, ফা কা ৰৃঙ প্লাই। মা মূ কূপ বৌ প্লু। আও তা খাও ছান, খ্রিঙ্ তুক্, নূকু তুক্, নাম্, মান, তুক্ তেও। হম্   ৰী ৰী হ, ছা ছা। আও তাঙ খাই কাই দী হম্‌ ৰাও খাই কাই দী হম কেন্। আও তাঙ লোক লাও দেঙ্ কাম না খাঙ্, লোক লাও দেউ খাঙ না লেত্ বয় মৌ কিন্ তাঙ চাও নূ ৰূ চাও কা ঐ।www.TaiAhom.Com

     তী বান- (ঠাইৰ নাম কব) বান নাই বান্ ফী মেডাম মে ফী ক্ক ৰূক খন, কোন তাই, লোক্‌ মান, লান, মান্, লিখা-লিখি খাও থাঙ লাই ক্ক, দু ছু দু বান্, থত ছু থত্ বান। ৰা ৰা ছু ছাই দায়, ৰা ৰা ছু ছাই-খেন্। পিন্‌ ৰাপিন্‌ তুম্, জে ৰাই বে নাই ফিত্‌ ফ্ৰাছী। ৰূ ম্যু, লা ম্যু, বান্ আক্-বান্ তুক, তী থেন, তী বান্, তী হক্‌ তী তাঙ মৌ ছয় কুম-চাউ ছয় খেন্। দিন বান খেন দাম, হিতদী হিত্ খেন। বয় মৌ চাও কা ঐ।।

(লাও লিঙ্ কৰিব,) থুলাবোৰত ৰহি লাও দিব।

            জনতাঙ : www.TaiAhom.Com(লেঙদনৰ ফুলৰ পৰা কুপ কৰা তামোল ১ খন লৈ সম্পদক বা সভাপতিক দিব)

             চাও নূ ৰূ  চাও কা ঐ (৩ বাৰ)হেও থুক্ জন্‌ পিন্‌-জন পান, জন খন ৰাও জন খন্ মিঙ। জন ঝু ৰূ নাঙ লাও  কাও, জন জু থআও নাঙ লাও খ্রী। থাও ৰূ হক্ পয় দাম, জা ৰূ হক্ পয় খেন। ৰিণ পী ঝা পিন্ বান্। লান ফা জা লন্ মিউ। থাওপয় যাও কে। ভূখাও-তুকে। নুক্‌ জাঙ বৌ দাম, কা বৌ ফক্-ৰিন বৌ ফক্। ফাক মা দিত মাই ছিঙ ৰূ। জন খন্‌ ৰাও-জন খন্‌ মিউ।।

       বয় তাঙ ঃ চু বয় মৌ কিন্ তাঙ্, মা মু কুপ্ বৌপ্লু, খাও ছান দীচ' প’ খ্রিঙ্ তুক্‌-নুক্ল তুক্ নাম্ মান্ থুক তেও । হমৰী ৰী-হম-ছা ছা চু বয় মৌ কিন্ তাঙ্ । থাই কাই দী হম্ ৰাও-খাই খাই দী হম খেন্-চু বয় মৌ কিন্ তাঙ। লোক লাও দেউ কাম্‌ নাঙ খাম, লোক লাও দেউ খাম্ নাঙ লেত, চু বয় মৌ কিন্ তা। চাও নূৰূ চাও কা ঐ।।

  কিন্‌ লাইঃ   চাও নূ ৰূ চাও কা ঐ। কিন্ লাই লাই, বয় লাই লাই, লাই, লাই লাই বয় মৌ চাও, লাই লাই বয় মৌ ফী। কিম্‌ চাম্‌ বাত্ জাও পয় কা৷ জূ হা বাত্‌, ৰুক বাত্‌, পম তাও মা। চুপ্ মৌ, চাই মৌ, ক্ক মৌ, লেন মৌ, আ পাক্ বাই না বাই তাঙ ছা । চুপ তাও দী নাম  ফ্ৰাও ছী। কাও ক্ব আ খু- অ বু ঞাঙ খাম্। ম’ছেও বূ-খা ছেও ভান্। কিন্ নাঙ মূ-নন্ লাঙ ন্দু। কাও খা তুখা থিলা ছিপ, কূ ঞেও ৰঙ বয় বয় ।। বয় মৌ চাও কা ঐ।।

           তেও জুঃ আশীর্বাদ সকলো ৰাইজ বহি প্রনাম কৰিব।

চাও নূ ৰূ চাও কা ঐ। তী বান (ঠাইৰ নাম কব) বান নাই পয় মে দাম্ মে ফী বান ফী ক্ব ৰৃক খন্। কোন তাই লোক মান, লান্ মান্, লিখা-লিখি খাও তাঙ লাই  ক্ব খাক, ঙাক্ দাই দেন, খাক ঙাক দাই দেন পাক্। মে নাই বা কন দী, খেক্ ফী-বান্ ফী, লেঙ্ পাঙ হেউ খেক্ ওম্ ছা না। বয় চাও ছো তম্ ফ্রা। তী বান (ঠাইৰ নাম) কোন ক্ব, দো ছো-দো বান, মছো থত্ বান্। ৰা ৰা ছো ছায় দায়, ৰা ৰা ছো ছায় খেন।

জেৰাই বে নাই ফিত্‌ ফ্ৰা ছী। কিও ছিপ্, কিও হক্, কিও দায়, উদঙিত, উৎপাত্, উৎখব, উৎলেঙখব হিত্ দী হিত্ খেন, ছয় কুম্-ছয় খেন।। চাও ৰূ মুঙ, মৌ চয় কুম্- লামুঙ মৌ চায় খেন্। বান্ অক্ মৌ চয় কুম, বান্ তুক্ মৌ ছয় খেন। তী খেন্-তী বান্-তী হক্-তী তাঙ মৌ চয় কুম্, চাঙ চয় খেন৷৷

            দিন-বান্-খেন্ দাম, দিন্ বুদী বান্ দী, বান্ বুদী-খেন দী, কিউ ৰাপ্  তাই ৰাপ্ খাই, ৰাপ্ ছী লুঙ ক্ব। জদু চাক্‌-জু চাও বান্। হিত্ দী হিত্ খেন। ছম কুম্ ছয় খেন।

     কাও ক্ব-ম’ ছেও বূ-খা ছেও বান্, কিন্ নাঙ্ মু-নন্ নাঙ ঙু, কা খা তুখা ছিলা চিপ্ কুঞেও ৰঙ বয় বয়।। ইপজাও।।

          বিসৰ্জনৰ পাচত মাই হাঙৰ পৰা কণীবোৰ আমি সিজাই সকলোৱে লাওৰ লগত খায় দেও মেলা পাতিব। ৰা খৃন - বা খৃনৰ ভাগ দুটাৰ পৰা নানিব। সেই ভাগ দুটা দুজন লোকে একাষৰীয়া কৰি পেলাই দিব। তেওঁলোকক মাটিকা ১ বটল খাবলৈ দিব।

 মে দাম্ মে ফী কুকুৰা দি পাতিলে। www.TaiAhom.Com

  খাও খামৰ পাঙৰ বাহিৰে বাকী পাঙবোৰত যিমান কণী দিয়া হৈছে, সেই ভাগে সিমান কুকুৰা প্ৰতি পাঙত দিব লাগিব। ৰাখান-বাখানৰ কুকুৰ কিটা সৰু দিব। সেই পাঙ দুটা নেখায়, পেলাই দিব।

       কুকুৰা দিলে আৱশ্যকীয় বস্তুৰ তালিকা

 কুকুৰা ২৮ টা ( টা ডাঙৰ পূজা আৰম্ভ কৰাৰ আগতে খ্বনী খাবৰ বাবে)। 
কুকুৰা পোৱালী ৫ টা ৰা খৃন বা খৃনৰ বাবে।

পকা কল ২ আখি। কেচা কল ১ আখি। কুঁহিয়াৰ ১ ডাল। কেচা পিঠা ১ কিলো চাউলৰ। আখৈ বা বৰা ধান আধা কিলো। বৰা চাউল ১৷৷ কিলো । আদা-মিঠাতেল, নিমখ, গুৰ, গাখীৰ। কেচা কল, কণী আৰু বৰা চাউলৰ পেঙ্ পঙ সিজায় দিব।
www.TaiAhom.Com
0

No comments

Post a Comment

Mega Menu

blogger
www.TaiAhom.com © all rights reserved
made with by 𑜋𑜈𑜫 𑜑𑜦𑜧 ‌‌𑜉𑜨𑜃𑜫 ‌‌𑜄𑜦𑜡 𑜇𑜥‌‌ ‌ 𑜀𑜦𑜧