Ad

Ad Space

Slider

টাই আহোম সকলৰ দীৰ্ঘদিনিয়া দাবীৰ ভিত্তিত পাঠ্যক্ৰমত অন্তর্ভুক্ত Tai language will be included in

0
পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা স্কুলীয়া পাঠ্যক্ৰমত অন্তর্ভুক্ত হ'ব টাই ভাষা। ইতিমধ্যে অসম মাধ্যমিক শিক্ষা সংসদে এই সন্দৰ্ভত যাৱতীয় প্রস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে।

"টাই আহোম সকলৰ দীৰ্ঘদিনিয়া দাবীৰ ভিত্তিত মুখ্যমন্ত্ৰী ড.হিমন্তবিশ্ব শৰ্মাই জনোৱা সঁহাৰিৰ পিছতে অসম মাধ্যমিক শিক্ষা সংসদে টাই ভাষাক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ বাবে যাৱতীয় প্রস্তুতি চলাইছে।" - অধ্যক্ষ ৰুক্ম গোহাঞিবৰুৱাই।

নাৰায়ণপুৰত এই কথা সদৰী কৰে অসম মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঞিবৰুৱাই। 



The Tai language will be included in the school curriculum from next academic year. The Assam Secondary Education Council has already almost completed the necessary preparations in this regard.

"The Assam Secondary Education Council (ASEC) has made necessary preparations to include the Tai language in the curriculum following the response of Chief Minister Dr. Himanta Biswa Sharma to the long-standing demands of the Tai Ahom people. - Chairman Rukma Gohaniboruah

0

No comments

Post a Comment

Mega Menu

blogger
www.TaiAhom.com © all rights reserved
made with by 𑜋𑜈𑜫 𑜑𑜦𑜧 ‌‌𑜉𑜨𑜃𑜫 ‌‌𑜄𑜦𑜡 𑜇𑜥‌‌ ‌ 𑜀𑜦𑜧