Ad

Ad Space

Slider

তাই আহোম ভাষাত ২৪ ঘন্টা

0

 

 তাই আহোম ভাষাত ২৪ ঘন্টা



১। বান্ - অক্ , বান্ -ৰুং - বেলি ওলোৱা সময় -পুৱা ৫-৭বজা 

২। খান, কাই-খান্ - প্ৰথম কুকুৰা ডাক - ৰাতি ১-৩ বজা

৩। না-কাই - দ্বিতীয় কুকুৰা ডাক - ৰাতি ৩-৫ বজা
৪। 
খাও -নিন্ -শোৱাৰ সময় - ৰাতি ৯-১১ বজা


৫। নেউ-ছাই - ৰাতিপুৱা/আগবেলা - পুৱা ৭-৯ বজা
৬। কিন্-বান - দিনত খোৱাৰ সময় - দিনৰ ৯-১১ বজা
৭। বান্ -তিন্ , বুন্ - ভৰ দুপৰীয়া- দিনৰ ১১-১ বজা
৮। বাই - বান্ - বেলি কাতি হোৱাৰ সময় - ১-৩ বজা

Also Read -- মে দাম্‌ মে ফী বিধি           


৯। লা- বাং - লু - আবেলি - দিনৰ ৩-৫ বজা
১০। বান্ - তুক্ - বেলি পৰা সময় - গধূলি ৫-৭ বজা
১১। নাপ - ছেং, খম, প্লং- খাও, মাত - গধূলি, সন্ধিয়া, আন্ধাৰ - ৭-৯ বজা
১২। খাও -নিন্ -শোৱাৰ সময় - ৰাতি ৯-১১ বজা

            তাই আহোম ভাষাত ২৪ ঘন্টা

0

No comments

Post a Comment

Mega Menu

blogger
www.TaiAhom.com © all rights reserved
made with by 𑜋𑜈𑜫 𑜑𑜦𑜧 ‌‌𑜉𑜨𑜃𑜫 ‌‌𑜄𑜦𑜡 𑜇𑜥‌‌ ‌ 𑜀𑜦𑜧